Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?
অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?
বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?
ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?
সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?
আহোম সভাৰ সম্পাদক কোন আছিল ?
যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ?
কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?
গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?
অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
‘অসমীয়া লিটাৰেৰী ছ'চাইটী’ৰ বিষয়ে চমুকৈ লিখা।
জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া।
আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।
আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?
অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।
গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।