Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
কবিক বিশাল দৃষ্টি কোনে দিলে?
মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ' - ইয়াত 'বিদ্যুৎ' শব্দই কি বুজাইছে?
প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
বজ্ৰই কবিক কি কি দিলে?
কবিয়ে 'সচাঁ উদাৰতা' কথাষাৰেৰে কি বুজাব খুজিছে?
কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
ব্যাখ্যা কৰা :
ব্যাখ্যা কৰা :
ব্যাখ্যা কৰা :
ব্যাখ্যা কৰা :
শব্দবোৰৰ সমাৰ্থক শব্দ লিখা:- ধুমুহা, বুকু, কাম্য, সংকীৰ্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত
শব্দকেইটাত কি কাৰণে 'ণ' হৈছে লিখাঃ- কণ্ঠ, পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত
শব্দকেইটাৰ কি কাৰণে ' ষ' হৈছে লিখা:- মুমূৰ্ষু, দৃষ্টি
সন্ধি ভাঙাঃ দিগন্ত, সৰ্বাকাশ, সংকীৰ্ণ