Practice

পুনৰালোচনা ১ — বংগ ভংগ: কাৰণ, স্থান আৰু তাৰিখ

৭ আগষ্ট ১৯০৫-ৰ কলিকতা টাউন হলৰ সভাৰ মুখ্য সিদ্ধান্ত কি আছিল?

Complete the sentence

১৬ অক্টোবৰ ১৯০৫ দিনটো বংগবাসীয়ে হিচাপে পালন কৰে।

বংগ ভংগৰ অন্তৰ্নিহিত ৰাজনৈতিক উদ্দেশ্য কোনটো?

বংগ বিভাজন কাৰ ভাইচৰয়কালত কাৰ্যকৰী হৈছিল?

Complete the sentence

পৃথক অসম প্ৰদেশ গঠন কৰা হয় তাৰিখে।

Complete the sentence

স্বদেশী আন্দোলনত বিদেশী পণ্য কৰাটো নেতিবাচক আৰু দেশীয় পণ্য কৰাটো ইতিবাচক পন্থা আছিল।

নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল?

Complete the sentence

পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী আছিল ।

Complete the sentence

বংগ বিভাজন কাৰ্যকৰী হৈছিল তাৰিখে।

পূৰ্ব বংগ আৰু অসমত সংযুক্ত বংগৰ তিনিটা সংমণ্ডল কোনকেইটা?

Complete the sentence

বংগ ভংগ ৰদৰ ঘোষণা কৰা হৈছিল তাৰিখে।

ৰিজলী পেপাৰ প্ৰকাশৰ সৈতে কোনটো তাৰিখ জড়িত?