Practice

পুনৰালোচনা ২ — শিক্ষা, সাহিত্য আৰু নাৰী জাগৰণ

এণ্টি-চাৰ্কুলাৰ ছ’চাইটি গঠনৰ উদ্দেশ্য কোনটো?

Complete the sentence

কাৰ্লাইল জাননী জাৰি কৰা হয় তাৰিখে।

Complete the sentence

‘যুগান্তৰ’ সংবাদপত্ৰৰ সম্পাদক আছিল ।

মাৰ্গাৰেট এলিজাবেথ নোবলক কোন নামে জনা যায়?

Complete the sentence

পাঠমতে স্বদেশী আন্দোলনৰ সময়ত মাধ্যমিক আৰু প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল।

বংগ জাতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?

Complete the sentence

সৰলা দেৱী চৌধুৰাণীয়ে পত্ৰিকা সম্পাদনা কৰি যুৱশক্তিক উদ্বুদ্ধ কৰিছিল।

‘বংগ মাতা’ চিত্ৰখনৰ শিল্পী কোন?

কাৰ্লাইল জাননীৰ মূল উদ্দেশ্য কি আছিল?

Complete the sentence

স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল।

‘বংগৰ সৰ্বনাশ’ লিখনিটো কোনখন পত্ৰিকাত প্ৰকাশ পাইছিল?

Complete the sentence

জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল তাৰিখে।