Posted by hirak • 4 days ago
১০। অৰ্থ লিখা (অভিধান চাই) -- ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।
Discussions (1)
hirak
·
4 days ago
ক্ষতি 一 নাশ, ধ্বংস, হানি, অনিষ্ট বিজুতি 一 যন্ত্ৰ আদিত ওলোৱা বেমাৰ গুণা-গঁথা 一 চিন্তা-চৰ্চা উদাস 一 অনুৰাগহীন পুঞ্জীভূত 一 সঞ্চিত
Log in
to join the discussion.