Posted by hirak • 7 days ago
১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
Discussions (1)
hirak
·
7 days ago
অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল। "মমতাৰ চিঠি", "আইতা", "জাৰৰ দিনৰ সপোন" আদি তেখেতৰ বিখ্যাত কাব্য। "বালিচন্দা (১৯৫৯)" আৰু "মনময়ূৰী (১৯৬৫)" তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে "আধুনিক সাহিত্য", "সাগৰ দেখিছা", "সানমিহলি", "ৰঙা কৰবীৰ ফুল", "কিউপিড আৰু ছাইকী", "বালিচন্দা", "এই গাঁও এই গীত", "মেকং নৈ দেখিলো", "ইজৰাইল", "স্মৃতিৰ পাপৰি" ইত্যাদি উল্লেখযোগ্য। বৰুৱা দেৱে "The Red River and the Blue Hill" নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল। "পছোৱা" নামৰ মাহেকীয়া আলোচনীখন তেখেতে সম্পাদনা কৰিছিল।
Log in
to join the discussion.