Posted by hirak • 7 days ago
১৩। লিংগ পৰিৱৰ্তন কৰাঃ শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
Discussions (1)
hirak
·
7 days ago
শিক্ষক 一 শিক্ষয়িত্ৰী
ছাৰ 一 বাইদেউ
ছাত্ৰ 一 ছাত্ৰী
পুৰুষ 一 মহিলা
বন্ধু 一 বান্ধৱী
Log in
to join the discussion.