Posted by hirak • 4 days ago
২। WWW বা ৱেব কি?
Discussions (1)
hirak
·
4 days ago
পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW ৰ সম্পূৰ্ণ ৰূপ "ৱৰ্ল্ড ৱাইড ৱেব" (World wide web) বোলে। WWW- ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিদিঅ' আৰু অদিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।
Log in
to join the discussion.