Posted by hirak • 6 days ago
৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
Discussions (1)
hirak
·
6 days ago
অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য আৰু ডাকৰ বচন আদি।
Log in
to join the discussion.