Posted by bulmoni • 6 days ago

ধোঁৱাখুলীয়া আৰু কৃপণৰ মাজত পাৰ্থক্য কি? [ 3 marks, 2023]

Discussions (1)
bulmoni · 6 days ago
ধোঁৱাখুলীয়া আৰু কৃপণৰ মাজত পাৰ্থক্য হল ---------
1) ধোঁৱাখুলীয়া লোক সাধাৰণতে আনন্দময় আৰু সহজে খৰচ কৰিবলৈ ইচ্ছুক, আনহাতে কৃপণ লোকৰ ক্ষেত্ৰত ধনৰ বাবে অতিৰিক্ত চিন্তা আৰু সতর্কতা থাকে। 2) কৃপণৰ হাত টান, খৰছ কৰিবলৈ নিবিচাৰে৷ আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ নিবিচাৰি সৰহকৈ খৰচ কৰে। 3) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল।
Log in to join the discussion.