Posted by hirak • 4 days ago
৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
Discussions (1)
hirak
·
4 days ago
ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে "Vital information resources under seize"। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰ'গ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰ'গাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ।
Log in
to join the discussion.