Posted by hirak • 4 days ago

৯। বাক্য ৰচনা কৰাঃ চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

Discussions (1)
hirak · 4 days ago
চিনাকি-অচিনাকিঃ ইন্টাৰনেটৰ জৰিয়তে চিনাকি-অচিনাকি বহুতো লোকক লগ পোৱা যায়।
অলীক-সপোনঃ ভালদৰে পঢ়া-শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক-সপোনৰ লেখিয়া।
নাকে-মুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে-মুখে এমুঠি গুজি যাবলগীয়া হয়।
পৰীক্ষা-নিৰীক্ষাঃ ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল'লে।
Log in to join the discussion.