Posted by hirak • 7 days ago

৯। সমার্থক শব্দ লিখাঃ প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।

Discussions (1)
hirak · 7 days ago
প্ৰভাত 一 ৰাতিপুৱা
কঠিন 一 টান
এলেহুৱা 一 ৰিহাকুৰীয়া
ডাঙৰ 一 বৰ
চেষ্টা 一 প্ৰয়াস
লগৰীয়া 一 বন্ধু
লক্ষ্য় 一 উদ্দেশ্য়
হাবিয়াস 一 ইচ্ছা, আগ্ৰহ
সপোন 一 স্বপ্ন
Log in to join the discussion.