Posted by bulmoni • 7 days ago

'আচলতে মন গ'লেই সুখী হ’ব পাৰি জান' - নিৰ্মলে কি প্ৰসগংত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা।

Discussions (1)
bulmoni · 7 days ago
সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল, সেই সকলোবোৰ কথা নিৰ্মলক ক’লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগতে এনেদৰে কৈছিল । নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে- আচল কথা হৈছে মনটো । জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে । এই নদী, পাহাৰ, মূৰৰ ওপৰত আকাশ, জোনটো, তৰাবোৰ মন গ'লেই ভাল পাব পাৰি, আপোন কৰি ল’ব পাৰি । এইবোৰ ভালপোৱা নিঃস্ব নহয়, শূণ্য নহয় । আচলতে মন গ'লেই সুখী হ’ব পাৰি ।
Log in to join the discussion.