Posted by bulmoni • 2 days ago

আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল ?

Discussions (1)
bulmoni · 2 days ago
আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্রক্রিয়াটো বাৰে বাৰে কৰি চালে।তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে,জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে।এনেদৰেই জুইৰ আৱিষ্কাৰ কৰিছিল।
Log in to join the discussion.