Posted by bulmoni • 4 days ago

আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল,তাৰ এটি চমু বৰ্ণনা দিয়া৷

Discussions (1)
bulmoni · 4 days ago
আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল৷আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি সাঁতোৰৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল ৷ অৱশ্যে তেওঁ পেভিলিয়নসদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা মোহ প্ৰকাশ কৰিছিল৷তেওঁ ১৫/১৬ হাতৰ শালকাঠৰ খুঁটাৰে নিৰ্মাণ কৰিছিল এই মঞ্চ ৷
Log in to join the discussion.