Posted by bulmoni • 2 days ago
'আজি সুন্দৰৰ পূজা-থাপনাত যাচিবি কিহৰে ষোড়শোপচাৰ’— ষোড়শোপচাৰ কি বুজাই লিখা।
Discussions (1)
bulmoni
·
2 days ago
ষোড়শোপচাৰ হৈছে পূজাৰ ১৬ বিধ উপকৰণ। সেইয়া হ'ল- আসন, স্বাগত, পদ্য, অৰ্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।
Log in
to join the discussion.