Posted by bulmoni • 2 days ago
আজিৰ বিজ্ঞানীয়ে খালী চকু,খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি কি উন্নত কৌশল ব্যৱহাৰ কৰে?
Discussions (1)
bulmoni
·
2 days ago
আজিৰ বিজ্ঞানীয়ে খালী চকু,খালী হাতেৰে পৰীক্ষা কৰাৰ সলনি এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ' দূৰবীণ, অনুবীক্ষণ যন্ত্ৰ,লেজাৰ ৰশ্মি,অপটিকেল ফাইবাৰ আদি ব্যৱহাৰ কৰে।
Log in
to join the discussion.