Posted by bulmoni • 1 day ago

"আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।"

Discussions (1)
bulmoni · 1 day ago
"আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হব।" উক্ত বাক্যশাৰী "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে, তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান। অৰ্থাৎ, সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল।
Log in to join the discussion.