Posted by bulmoni • 4 days ago
আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায়?
Discussions (1)
bulmoni
·
4 days ago
আৰৱী গ্ৰন্থত প্লেটোক 'আফ্লাতুন’ আৰু আৰিস্ততলক 'আৰিস্তু’ নামেৰে জনা যায় ৷
Log in
to join the discussion.