Posted by hirak • 7 days ago
“আতুৰ ভৈলোহো হৰি বিষয় বিকলে।" - ইয়াত বিষয় বিকলে মানে কি বুজাইছে?
Discussions (1)
hirak
·
7 days ago
ইয়াত বিষয় বিকল মানে সাংসাৰিক দুখ, কষ্ট বুজাইছে।
Log in
to join the discussion.