Posted by bulmoni • 7 days ago

" ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিৰ উলাই কৰিব নোৱাৰি।" - - - - এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।

Discussions (1)
bulmoni · 7 days ago
"ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি। সংগীত, চিত্ৰকলা, স্থাপত্য- ভাস্কৰ্য্য আদিয়ে প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ-পাৰ্বনেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। পোন্ধৰ আগষ্ট, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, হোলি, দেৱালী আদি আৰু অন্য ধৰ্মৰ ধৰ্মীয় উৎসৱৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি।
Log in to join the discussion.