Posted by bulmoni • 1 day ago

অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?

Discussions (1)
bulmoni · 1 day ago
অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল 一 “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”
Log in to join the discussion.