Posted by bulmoni • 2 days ago

অসম সাহিত্য সভাৰ কোনখন অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?

Discussions (1)
bulmoni · 2 days ago
১৯৩০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল ।
Log in to join the discussion.