Posted by bulmoni • 1 day ago
অসমীয়া আৰু বঙালী এই দুটা ভাষাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন প্ৰকাশ পোৱা এখন গ্ৰন্থৰ নাম লিখা?
Discussions (1)
bulmoni
·
1 day ago
অসমীয়া আৰু বঙালী এই দুটা ভাষাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন প্ৰকাশ পোৱা এখন গ্ৰন্থৰ নাম হল বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্ত্তন।
Log in
to join the discussion.