Posted by bulmoni • 6 days ago
'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
Discussions (1)
bulmoni
·
6 days ago
'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ' শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম - তৰুণ ফুকন,পদ্মনাথ গোহাঞিবৰুৱা।
Log in
to join the discussion.