Posted by bulmoni • 2 days ago
‘অতিথি দেৱো ভৱ’ মানে কি?
Discussions (1)
bulmoni
·
2 days ago
ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ এই তিনিটা কথা সোঁৱৰাই দিছে-'মাতৃ দেৱো ভৱ' 'আচার্য দেৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'। এই ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাই। অতিথি দেৱতাৰ তুল্য। সেয়ে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অর্জন কৰাৰ উপদেশ পাইছে আৰু আচার্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁৰ আর্জন অর্পিত কৰিব লাগে।
Log in
to join the discussion.