Posted by hirak • 7 days ago
বাক্য ৰচনা কৰা - দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
Discussions (1)
hirak
·
7 days ago
দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে। উপেক্ষিত - আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল। জৰাজীৰ্ণ - ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল। অমৃত - ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে। মোহ- মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।
Log in
to join the discussion.