Posted by hirak • 6 days ago

বাক্য ৰচনা কৰাঃ ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।

Discussions (1)
hirak · 6 days ago
ভাষা-সংস্কৃতিঃ অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা-সংস্কৃতি আছে।
পূজা-পাৰ্বনঃ হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা-পাৰ্বনত মুখ্য ভূমিকা পালন কৰে।
বেপাৰ-বাণিজ্যঃ বেপাৰ-বাণিজ্যিৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে।
সহজ-সৰলঃ সহজ-সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে।
দিয়া-লোৱাঃ যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া-লোৱা কাৰ্য কৰা হয়।
এৰা-ধৰাঃ যিকোনো এটা সম্পৰ্ক দীঘলীয়া ভাৱে চলাই নিবলৈ হ'লে সৰু সৰু কথা কিছুমান এৰা-ধৰা কৰিবলগীয়া হয়।
Log in to join the discussion.