Posted by bulmoni • 2 days ago

‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰৱন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

Discussions (1)
bulmoni · 2 days ago
‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্রৱন্ধটো লেখক ড॰ দীনেশ চন্দ্র গোস্বামীৰ 'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।
Log in to join the discussion.