Posted by bulmoni • 2 days ago

বেদ কেইখন আৰু কি কি?

Discussions (1)
bulmoni · 2 days ago
বেদ চাৰিখন। সেইকেইখন হ'ল -ঋক্ বেদ, যজুঃৰ্বেদ, সামবেদ আৰু অথর্ববেদ।
Log in to join the discussion.