Posted by bulmoni • 4 days ago

বেজবৰুৱাই 'প্ৰতিমা' সম্পৰ্কে কি মন্তব্য কৰিছিল ?

Discussions (1)
bulmoni · 4 days ago
বেজবৰুৱাই 'প্ৰতিমা' সম্পৰ্কে কৈছিল যে- 'প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ ৷’
Log in to join the discussion.