Posted by bulmoni • 7 days ago

ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা ?

Discussions (1)
bulmoni · 7 days ago
ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে কাৰণ, ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে গভীৰ সাগৰ মহাসাগৰ, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। কোনো এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ ভৌগলিক অৱস্থানৰ সাদৃশ্য নাই।
Log in to join the discussion.