Posted by bulmoni • 7 days ago

ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা?

Discussions (1)
bulmoni · 7 days ago
ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণৰ ক্ষেত্ৰত বিচিত্ৰতা লক্ষ্য ৰখা কৰা। পূৱ আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে। কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়।
Log in to join the discussion.