Posted by bulmoni • 7 days ago
ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু সামগ্ৰী কি ? ইয়াৰ উপ-বিভাগ কি কি ?
Discussions (1)
bulmoni
·
7 days ago
জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ ,নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, ,প্ৰস্তুতি আদিয়েই ভৌতিকসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী । ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটি হৈছে : লোককলা, লোকশিল্প, লোক-স্থাপত্যকলা, লোকআভৰণ আৰু লোকৰন্ধন প্ৰণালী ।
Log in
to join the discussion.