Posted by bulmoni • 23 hours ago

ভট্টদেৱে কথা গীতাত কেইটা আৰু কি কি টীকাৰ আলোচনা কৰিছিল?

Discussions (1)
bulmoni · 23 hours ago
চাৰিটা। সেয়া হ'ল- শঙ্কৰী, ভাস্কৰী, দামোদৰী আৰু শ্ৰীধৰী টীকা
Log in to join the discussion.