Posted by bulmoni • 2 days ago

ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?

Discussions (1)
bulmoni · 2 days ago
ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল। আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল।তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল।এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল,যাৰ দূৰত্ব আছিল কমেও চাৰি মাইল।
Log in to join the discussion.