Posted by bulmoni • 2 days ago

ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?

Discussions (1)
bulmoni · 2 days ago
ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে।তেওঁলোক দুয়ো একে চহৰৰ দুই প্রান্তত থাকে।যোগসূত্ৰ ৰাখিবলৈ গাড়ী,ফোন নাই।ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰপস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই।কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।
Log in to join the discussion.