Posted by hirak • 7 days ago

বিশেষ্য বা বিশেষণলৈ নিয়াঃ বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।

Discussions (1)
hirak · 7 days ago
বৈচিত্ৰ্য = বিচিত্ৰ ভৌগোলিক = ভূগোল বিস্তৃতি = বিস্তৃত নৈৰাশ্য = নিৰাশ বিপ্লৱ = বৈপ্লৱিক
Log in to join the discussion.