Posted by bulmoni • 1 day ago

বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?

Discussions (1)
bulmoni · 1 day ago
বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল 一 “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত।”
Log in to join the discussion.