Posted by bulmoni • 2 days ago

বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?

Discussions (1)
bulmoni · 2 days ago
বর্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়।কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।মবাইল ফোন, ইন্টাৰনেট, টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একো একোটি উত্তম মাধ্যম,যাৰ যোগেদি অতি দ্রুতভাৱে যোগাযো সম্ভৱ হয়।সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কম হোৱা দেখা যায়।
Log in to join the discussion.