Posted by bulmoni • 7 days ago
চাৰিটা-পাচোঁটা বাক্যত উত্তৰ দিয়া। ক) প্ৰাকৃতিক জগত বুলিলে কাক বুজায়?
Discussions (1)
bulmoni
·
7 days ago
আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে:- গছ-গছনি, চৰাই- চিৰিকটি, পশু- পক্ষী, নদ- নদী, অকাশ- বতাহ, জোন- বেলি- তৰা, বায়ু- পানী- মাটি, পাহাৰে-পৰ্বত- জান- জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলে।
Log in
to join the discussion.