Posted by hirak • 7 days ago
চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
Discussions (1)
hirak
·
7 days ago
চৈয়দ আব্দুল মালিকে "অঘৰী আত্মাৰ কাহিনী" নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
Log in
to join the discussion.