Posted by hirak • 7 days ago

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

Discussions (1)
hirak · 7 days ago
বিজিতে ছাৰক উদ্য়োগী সম্পৰ্কে কৈছিল যে ㅡ উদ্য়োগীসকল হ'ল এনে ব্য়ক্তি যিয়ে নিজে ব্য়ৱসায় বা উদ্য়োগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।
Log in to join the discussion.