Posted by bulmoni • 2 days ago
চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা।
Discussions (1)
bulmoni
·
2 days ago
চুটি গল্পৰ দুটা বৈশিষ্ট্য হ'ল-
(।) চুটিগল্পৰ আৰম্ভণি আকস্মিক হয়।
(।।)চুটিগল্প কম পৰিসৰৰ আৰু কম চৰিত্ৰৰ হয়।
Log in
to join the discussion.