Posted by bulmoni • 3 days ago

দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবৰ ভাগে ভাগে লিখা। শিক্ষা সম্বন্ধীয় ⇒ স্কেল, খেল সম্বন্ধীয় ⇒ ক্রিকেট, যান-বাহন ⇒ স্কুটাৰ, পোছাক-পাতি ⇒ ফ্রক, আচবাব ⇒ টেবুল, বাচন-বৰ্তন ⇒ কাপ,

Discussions (1)
bulmoni · 3 days ago
শিক্ষা সম্বন্ধীয় ⇒ স্কেল, স্কুল, বৰ্ড, ক্লাচ ৰুম, কম্পাছ আদি।
খেল সম্বন্ধীয় ⇒ ক্রিকেট, ফুটবল, হকী, টেনিচ, বেডমিণ্টন আদি।
যান-বাহন ⇒ স্কুটাৰ, স্কুটী, ট্ৰেক্টৰ, বাইক আদি।
পােছাক-পাতি ⇒ ফ্রক, পেণ্ট, টি-চাৰ্ট, চাৰ্ট আদি।
আচবাব ⇒ টেবুল, গদ্ৰেজ আদি।
বাচন-বৰ্তন ⇒ কাপ, প্লেট, পেন, চচপেন আদি।
Log in to join the discussion.