Posted by bulmoni • 4 days ago

এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ৷

Discussions (1)
bulmoni · 4 days ago
এডৱাৰ্ড গিবনৰ জন্ম হয় ১৭৩৭ চনত,ইংলেণ্ডত৷ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয় ৷তেওঁৰ অমৰ কীৰ্তি হ’ল- "The History of the Decline and Fall of the Roman Empire" ৷ শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেও বিখ্যাত ৷ ১৭৯৪ চনত গিবনৰ মৃত্যু হয়৷
Log in to join the discussion.