Posted by bulmoni • 2 days ago

এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।

Discussions (1)
bulmoni · 2 days ago
এৰা বাটৰ সুৰৰ পৰিচালক হ'ল-ভূপেন হাজৰিকা।
ডাঃ বেজবৰুৱাৰ পৰিচালক হ'ল-ব্ৰজেন বৰুৱা। গঙা চিলনীৰ পাখিৰ পৰিচালক হ'ল-পদুম বৰুৱা।
Log in to join the discussion.