Posted by bulmoni • 7 days ago
'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল'। - ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
Discussions (1)
bulmoni
·
7 days ago
যিবোৰ মানুহে লগ- লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল। বা যি শ্ৰেণীৰ মানুহে গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে।
Log in
to join the discussion.