Posted by bulmoni • 7 days ago

'এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ।' কথাষাৰৰ অৰ্থ বুজাই লিখা।

Discussions (1)
bulmoni · 7 days ago
এই যে পৃথিৱী স্বৰ্গতো অধিক.....
মানুহৰ নিজাপী ঘৰ । মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱী খনৰ কথাকে বুজাইছে । কাৰণ– মানুহ সদায় এই পৃথিৱী খনতেই থাকিবই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুয়ে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সচাঁ মিছা, সুখ-দুখৰ অনুভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গত কৈয়ো অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে।
Log in to join the discussion.